জবকাই ধৰা (Assamese) [ Roman: job.kai dho.ra]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Partha P Sarmah on 2008-07-06
    1. (Common Noun) ’ওপৰমুৱা হৈ শুই থাকোতে অকস্মাৎ টোপনিতে বা সপোনত ভাব হ’ল যে আপোনাৰ ওপৰত কিবা এটাই বহি লৈছে, আপুনি হাত ভৰি লৰাব নোৱাৰে, চিঞৰিবলৈ চেষ্টা কৰিছে, চিঞৰিবও নোৱাৰে, ওচৰত মানুহে মাথোন শুনিবলৈ পায় আপুনি মুখেদি মোকমোকাব ধৰিছে, কেতিয়াবা আপুনি নিজেই সাৰ পায়, কেতিয়াবা আন মানুহে আপোনাৰ গা জোকাৰি দিয়ে, এক ভয়ানক অভিজ্ঞতা৷’(অধ্যাপক প্ৰফুল্ল দত্তগোস্বামীৰ ’মনৰ পখী উভতি উৰে’ৰ পৰা)